Beharbari Outpost [ বেহাৰবাৰী আউটপোষ্ট ] || Ep 3010 || 05.07.2024 ||

436,994
0
Published 2024-07-05

All Comments (21)
  • কোনে কোনে SI ছাৰক বেহাবাৰিৰ পৰা বিদায় দিবলৈ নিবিছৰা Like কৰা। ❤❤ 🙏🙏
  • @Moondas17
    Si ছাৰক কোনে কোনে চিৰদিনৰ বাবে beharbari বিছৰা like কৰা👍👍👍
  • চাৰৰ দেউতাক কোনে কোনে Miss কৰিবা কাৰ কাৰ বেয়া লাগিছে LIke কৰা 😢
  • @ankumoni_nath
    যেনেকৈ নহওঁক দিনটোত অকনমান সময় উলিয়াই এই ধাৰাবাহিক খন চাও... সৰুৰে পৰাই এইখন ধাৰাবাহিকৰ লগত নাজানো কেনেকুৱা এটা সম্পৰ্ক গঢ়ি উঠিল 🥺 এৰিবই নোৱাৰা হ'লো... বহুতো নজনা কথা শিকিব পাৰিছো..❤ এজন দুজনকৈ দেখোন অভিনেতা বোৰ দেখিবলৈ নোপোৱা হ'লো ইয়াত...😥 সকলোৰে বহুত ধুনীয়া অভিনয়.. আজি মই নিজকে control কৰি ৰাখিব নোৱাৰিলোঁ.. চকুপানীবোৰক ধৰি ৰাখিব নোৱাৰিলোঁ.. শোকে যেন বুকুত খামুচি ধৰিছে😭
  • Beharbari কেৱল এখন ধাাবাহিকত নহয় ই আমাৰ আৱেগ। কাৰণ সৰুৰে পৰা beharbari ছাই ইমান ডাঙৰ হলোঁ ইয়াৰ লগত আমাৰ বহুটো স্মৃতি জঢ়িত হৈ আছে । ই এনেকুৱা এখন ধাৰাবাহিক যাক ডেকা বুঢ়া সকলোৱে উপভোগ কৰিব পাৰে । আৰু ই দুখতো মানুহৰ মুখত হাঁহি বিৰিঙাব পাৰে। ইয়াৰ প্ৰতিজন সদশ্য আমাৰ অতি আপোন। আমি তেওঁলোকক beharbari পৰা আঁতৰি যোৱাটো নিবিচাৰোঁ কাৰণ তেওঁলকৰ ঠাইত নতুন সদশ্যক আদৰি লোৱাতো আমাৰ বাবে জতিল হৈ পৰে । আমি সকলোঁ পুৰনি সদশ্যক আকৌ একেলগত চাব বিচাৰোঁ । তেওঁলোক এনেদৰে গুচি যোৱাতো মনিলব পৰা নাই । তেওঁলোকক ঘূৰাই আনিব লাগে 😢😢😢
  • @Rishirajmoran
    থিয়েটাৰ শেষ কৰি পুনৰ ঘুৰি আহিব লাগিব🙏💔
  • আজিলৈ কাৰো বাবে এনেকৈ কান্দি পোৱা নাছিলো।যিমান আজি কান্দিলো।🥹🥹😭প্ৰীতম চাৰৰ পৰা সচা পুলিচ সকলে শিকিব লগীয়া বহু কথাই আছে।
  • চাৰৰ দেউতা ইমান সোনকালে যাব নালাগিছিল বহুত MISS কৰিম
  • কাৰ কাৰ আজি খণ্ডত চকু পানী ওলালে 😢 Like korok ❤
  • Si sir ক বহুত মিচ কৰিম এটা like দিব si sir বাবে 😢😢😢😢😢😢😢😢😢😢😢😢
  • এই তিনিদিন চিৰিয়েল খন চাইছো যদিওঁ সচাঁকে যেন হৈ গৈছে তেনেকুৱা লাগিছে। চিৰিয়েল চিৰিয়েল লগাই নাই সঁচাকৈয়ে যেন এনেকুৱা অনুভৱ হৈছে। বেহাৰবাৰীৰ পৰা এটা ভাল লগা অভিনেতা নাইকিয়া হল। সময়ৰ সদব্যৱহাৰ আৰু থানাৰ কামত কোনো দিনে একো খতি নোহোৱাকৈ চলাই নিয়া সৎ অফিচাৰ বহুত ভাল লাগিল আপোনাক চাৰ। জয় বেহাৰবাৰী আউত পোষ্ট সকলো কলা কৌশলী আৰু আপোনালোকে হয়তো চাৰৰ দৰে গহীন গম্ভীৰ সৰলতা আন এজন বেলেগ অভিনেতা পোৱাতো কঠিন হব। তেওঁ অভিনয়ত বা কথাত সকলো মানুহে এজন সৎ পুলিচ অফিচাৰ বিচাৰি পায়। থিক বাৰুদ অসমীয়া চবি খনৰ দৰে এজন সৎ সাহসী পুলিচ অফিচাৰ। চাৰলৈ বহুত বহুত সুভ কামনা থাকিল। তেওঁ যেন থিয়েটাৰৰ পৰা আকৌ বেহাৰবাৰীত আহে তাকে আশা কৰিলো। চাৰ থকা থিয়েটাৰ খন আমাৰ এইপিনে আহিলে চাৰক লগ পাম বুলি আশা থাকিল।
  • @samilaray1710
    এয়াই সত্য, বাস্তৱ জীৱনৰ জীয়া কাহিনী , এয়াই দায়িত্ববোধ 🙂
  • কমেন্ট বোৰ দেখি,, এটা কথাই ভাল লাগিছে,, SI ছাৰক #বিদায় লোৱা দেখি বহুতো লোকে যে #চকুলো টুকিছে।।। তাৰ পৰাই বুজিব পাৰি যে- এতিয়াও #মানৱতা আছে আমাৰ সমাজত।।।। আপোনাকলৈ সকলোকে সেৱা ❤
  • @Moondas17
    Si ছাৰক কোনে কোনে ভাল পোৱা like কৰা👍👍👍
  • আজিৰ খণ্ডটোৱে কন্দুৱালে। বিশেষকৈ ৰাকেশৰ কথাখিনিয়ে। বহুত ধন্যবাদ।বেহাৰবাৰী আউটপʼষ্ট।
  • কাক কাক বেহাৰবাৰীৰ SI ছাৰৰ বিদায় হোৱাৰ বাবে বেয়া লাগিছে like koraa 😢😢❤
  • @PiyatomBoruah
    কেকে ছাৰ আৰু মোহন যাওঁতে ইমান দুখ লগা নাছিল😢😢
  • বেহাৰবাৰী আজিৰ পৰা নাচাওঁ , আজি শেষ !! Thank you SI Sir ❤
  • Aji hosakoi bohut dukh lagil😭hosakoi jaboge nki sir,bohut beya lagibo sir nhole😂ako ketiya dekha pam si sirk,😭🙏🙏ngole val lagibo,,,,,🙏🙏😭😭😭😭
  • Beharbaria ajilaka kondua nasila aji bohut kandilu aikhon amar karona abeg ❤🥺