TIME8ৰ ষ্টুডিঅ'ত এপাহি বোকাৰ পদুম #BokarPodum

1,858,141
0
Published 2021-12-21
সাইলাখ জুবিন । ভগা ছিগা জুপুৰীৰ পৰা জিলিকি উঠিছে এটি আকৰ । জুবিন গাৰ্গক লগ পোৱাৰ দুৰ্বাৰ হেঁপাহ । TIME8ৰ ষ্টুডিঅ'ত এপাহি বোকাৰ পদুম ।
By Ritushmin Sharma

All Comments (21)
  • ধন্যবাদ time8 আপোনালোকৰ এই সহায় সহযোগীতা মোৰ বাবে সদায় স্মৰণীয় হৈ ৰব। সমূহ অসমবাসীৰ মৰম আশীৰ্বাদ আপোনালোকৰ যোগেদি মোক প্ৰেৰণ কৰাৰ বাবে অশেষ ধন্যবাদ । মোক এনেদৰে অনাগত দিনবোৰত আপোনা লোকৰ মৰম আশীৰ্বাদ দি যাব বুলি আশা ৰাসিলো। ধন্যবাদ 🙏🏻
  • সচাঁকে গাৰ নোম শিয়ৰি উঠা এক কণ্ঠ, তোমাৰ কণ্ঠত আই সৰস্বতী বাহ লওঁক 😘😊
  • @nehabegum7192
    দাদা তুমি ইমান ধুনীয়া কৈ গান গাব জানা তুমালৈ বহুত ধন্যবাদ জাচিলো আরু মই যে এজনি ছিংগার হব পারো মোক আশীর্বাদ দিয়া সকলোয়ে please thank you
  • দাদা, তুমি ইমান ধুনীয়া গাইছা 🔥🔥🔥🔥🔥🔥🔥🔥🔥 Time8 য়ে তোমাক এইখিনি সুবিধা আৰু আগবাঢ়ি যাবলৈ সাহস দিয়াৰ বাবে বহুত ধন্যবাদ 🙏
  • জুবিন দা আমাৰ গৌৰৱ আৰু আমাৰ গৌৰৱ দুগুণ বাঢ়ক আমাক এনেকুৱা জুবিন হাজাৰ জন লাগে যাতে অসমৰ গৌৰৱ বেছি হয়। আৰু লৰাজনক যাতে কোনেও আওকাণ নকৰে। জুবিন জুবিনে হৈ থাকিব মাত্ৰ হাজাৰ জন জুবিন গাৰ্গৰ সৃষ্টি হ‌ওক🙏🙏
  • @pranjal7566
    কবলৈ ভাষা নাই ইমান সুন্দৰ কণ্ঠ(সাইলাখ জুবিন ককাইৰ দৰে)আগবাঢ়ি যোৱা শুভেচ্ছা থাকিল ।
  • 🔥❤️👍😊 মা-দেউতাৰ আশীৰ্বাদ সাদায় তোমাৰ লগত থাকিব আগলৈ আগবাঢ়ি যোৱা চেষ্টা কৰা। শুনি ভাল লাগিল
  • @GamingGod2003
    Zubeen Garg is one and only in the assam No one can take his place Zubeen Garg not a singer, he is a writer, composer, filmmaker,etc No words for him🔥🔥🔥🔥🔥
  • সুন্দৰ কন্ঠ দেই একেবাৰে জুুবিন দাৰ কন্ঠ লগত একেই ৷৷ শিল্পী সমাজক অনুৰোধ কৰিছো এনে নবিন শিল্পী সকলক সমাজৰ আগশাৰীত আগবঢ়াই নিবলৈ সহায় কৰে যেন এয়ে মোৰ অনুৰোধ থাকিল ৷
  • সাইলাখ জুবিন দাৰ কন্ঠ..... বহুত সুন্দৰ প্ৰতিভা.... জুবিন দাই এওঁক নিশ্চয় লগ কৰাৰ সুবিধা দিব আৰু মোৰ বিশ্বাস জুবিন দাই এওঁক মঞ্চত একেলগে গান গোৱাৰ সুবিধা দিব।এওঁৰ উজ্বল ভৱিষ্যত কামনা কৰিলো...
  • @harenbarman4733
    অভিনন্দন অভিনন্দন অভিনন্দন । সাইলাখ জুবিনৰ গীত শুনিবলৈ পাই আচৰিত আৰু আনন্দিত ।
  • সুন্দৰ কণ্ঠ।চকু মুদি শুনিলে জুবিন গাৰ্গ যেনেই লাগে। আগবাঢ়ি যোৱা শুভেচ্ছা ও মৰম আশীৰ্বাদ থাকিল।
  • Outstanding वेता। কি আচৰিত! কবলৈ ভাষা নাই। জুবিন গাৰ্গে সচাকৈ তোমাক লগ কৰিব। মাথোঁ তেওঁ গম পালেই হ'ল। May God bless you.
  • @ritashree
    অন্তৰ চুই গৈছে সচা জুবিন দা নিচিনা ❤️🥺‌আগুৱাই যোৱা 🥺❤️
  • @utube9750
    ভাবিছিলো জুবিন দাদাৰ দৰে কন্ঠৰ আৰু দ্বিতীয়জন নাপাম কিন্তু কি ভাগ্য , তেওঁ অন্য কৰবাৰ নহয় আমাৰ অসমৰে
  • God bless you brother আগবাঢ়ি যোৱা তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো।।
  • @dipakdutta2946
    হিয়া মন চুই যোৱা জুবিনদাৰ দৰে তোমাৰ সুন্দৰ কণ্ঠ এয়া তোমাৰ ভগৱানৰ অৱদান তুমি আগুৱাই যোৱা থমকি নৰবা । মোৰ বিশ্বাস তুমি সফল হবা, তোমাৰ দৰে আৰু জুবিনদা জন্ম হওক। তুমি সদায় এনেদৰে জুবিনদাক গুৰু বুলি মানিবা তেতিয়া সফল হবায়ে।
  • চকুমুদি শুনিলে সঁচাই জুবিন দা তুমি আগবাহি যোৱা ভাই আৰ্শীবাদ কৰিছো ভগবানৰ ওচৰত 🙏🙏
  • @asvlogs995
    🔥🔥বৰ ধুনীয়া হৈছে দে❤️তুমি আগবাঢ়ি যোৱা তাৰে কামনা কৰিলোঁ🙏ধন্যবাদ জয় আই অসম❤️❤️❤️
  • @rjsaikia718
    সঁচাই জুবিন দাৰ আন এটা ৰূপ তুমি আগুৱাই যোৱা দাদা❤️❤️❤️