শিক্ষা সেতুৰ আৰম্ভ হৈছে নেকি শ্মশান যাত্ৰা ।। Worst App in the World 🌎 Shiksha Setu Axom

5,261
0
2024-05-16に共有

コメント (21)
  • @samsulali4266
    শিক্ষক সঙগধনৰ আমাৰ দৰকাৰ নাই সিহতে বাব লৈ বহি থাকক,টকা‌তোলক।
  • অতি সোনকলে এইটো এপ বন্ধ কৰক আৰু হাৰা শাস্তি বন্ধ হওঁক।
  • মোৰ চাকৰি কাল মাত্ৰ এবছৰ আছে । শিক্ষাসেতুৰ মহিমা চাই চাই VRS লবলৈ মন যায়। এফালে appটোৰ বিসংগতি আনফালে বিভিন্ন কাম । সকলো online কৰিব লাগে।
  • কমিচনবোৰ পাইছে যদি বন্ধ কৰিবৰ হৈছে।৭৫০০টকাৰ টেবলেট ১৮৫৫০কৈ কিনি মন্ত্ৰী বিষয়াই লাভবান হৈছে। হ'ব আৰু শিক্ষা।
  • তিনি দিন ধৰি এপত চেষ্টা ত লাগি থাকোতে সময় পাৰ হয় ।
  • হয়, শিক্ষা সেতু এপপ বন্ধ কৰক, নহয় develop কৰক।
  • এই টো bandwidth ৰ problem চাগৈ।Requirement অনুযায়ী bandwidth available হোৱা নাই যেন লাগিছে। 4 June লৈকে অপেক্ষা কৰক।
  • @Jinnat926
    যোৱা শনিবাৰ ৰ পৰা উপস্থিতি দি আহিছো একদিন উপস্থিত হোৱা নাই অনুপস্থিতি দেখুৱাই ছে
  • শিক্ষা সেতু এপ ৰ শ্মশান যাত্ৰা আৰম্ভ হৈছে।
  • ছাৰ বিদ্যালয়ৰ টেবলেটত দিয়া সকলৰ 13 তাৰিখেও এবচেণ্ট দেখুৱাইছে।
  • মেকুৰীৰ ডিঙিত টিলিঙা আৰিব কোনে। ফুং ফাং কৰাসকলৰ বাবে ভাল খবৰ।
  • Students admission dilu .but students or nam aha nai atiya o . 2 din hol students admission problem